Showing posts from September, 2022
নামনী অসমৰ বঙাইগাঁও জিলাৰ বৰ্ষনগাঁও চিলাৰায় সমন্বয় ক্ষেত্ৰ লাই খুটা স্থাপন আৰু ৰাজহুৱা সভা। উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয়,বৈপ্লৱিক,সামাজিক,সাংস্কৃতিক, শৈক্ষিক আৰু অৰ্থনৈতিক জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত আৰু বঙাইগাঁও জিলা শাখাৰ অতিথ্য…
অসমৰ ছয় জনগোষ্ঠীক কেন্দ্ৰীয় চৰকাৰে জনজাতি কৰনৰ পৰা বঞ্চিত কৰাত জাঙুৰ খাই উঠিল অবিভক্ত গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাই। অসমৰ ছয় জনগোষ্ঠীক কেন্দ্ৰীয় চৰকাৰে জনজাতি কৰনৰ পৰা বঞ্চিত কৰাত জাঙুৰ খাই উঠিল অবিভক্ত গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ …
বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিতৰ মাদ্ৰাছাত এক প্রেমজনীন ঘটনাত গা ধোৱা কোঠাত ছাত্ৰ এজনে চিপ লৈ আত্মহত্যা । নামনি অসমৰ বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিতৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰা দাৰুল উলম আফাকুল ইছলাম মাদ্ৰাছাত এক প্…
বিজনীত নিখিল ভাৰত কৃষক সভাৰ একাদশ জিলা সন্মিলন আজিৰে পৰা দুই দিনীয়া কাৰ্যসূচীৰে নিখিল ভাৰত কৃষক সভাৰ ব ঙাইগাঁও-চিৰাং জিলাৰ একাদশ জিলা সন্মিলন অনুষ্ঠিত হয়। আজি দিনৰ ২ বজাত উক্ত সন্মিলন উপলক্ষে বিজনীৰ পাইকাৰী সৱজী বজাৰত এখন মুকলি সভাৰ আয়োজন কৰে। উক…
বিলাসীপাৰাত উপস্থিত কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। বেলতলীত ভূমি কেন্দ্ৰীক সংঘাতত মৃত্যু হোৱা ছফিল উদ্দিন সেখৰ ঘৰত উপস্থিত হয় মন্ত্ৰী গৰাকী। বেলতলীত ভূমি কেন্দ্ৰীক সংঘাতত মৃত্যু হোৱা ছফিল উদ্দিন সেখৰ পৰিয়াল লৈ প্ৰদান কৰে ৫ লাখ টকাৰ চেক। ধুবুৰী জ…
কোকৰাঝাৰ অনুষ্ঠিত হোৱা কেবিনেট বিটিআৰ চুক্তি ৰূপায়ণৰ সিদ্ধান্ত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ বিটিএডি ৰ ৰাজধানী কোকৰাঝাৰত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত কেন্দ্ৰীয় ৰাজ্য চৰকাৰ আৰু সদৌ বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু আৰু এন ডি এফ বি ৰ …
উজনি অসমৰ মাজুলীত ৰাজ্য চৰকাৰে স্থাপন কৰিব আউনীআটি বিশ্ববিদ্যালয় : অহা বিধানসভাত বাতিল হব পুৰণি ৪৮খন আইন। বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ ৰাজ্য চৰকাৰে নামনি অসম তথা বিটিএডি ৰ ৰাজধানী কোকৰাঝাৰ জিলাৰ সচিবালয় সভাকক্ষত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকে অহা ১২ ছে…
আজিৰ পৰা আৰম্ভ মাজুলী নিমাটী ফেৰী সেৱা আজিৰ পৰা পুনৰ আৰম্ভ হৈছে অফলামুখ নিমাটী ৰ মাজত চলাচল কৰা ফেৰী সেৱা । ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি আৰু নদীত কাঠ আৰু জাবৰ উটি অহাৰ বাবে যোৱা ৫ চেপ্তেম্বৰৰ পৰা বন্ধ হৈ আছিল মাজুলী নিমাটী ফেৰী সেৱা । যোৱা কালিৰ প…
নামনি অসমৰ বঙাইগাঁও জিলাত বিজেপি দলৰ ৰাজ্যিক মহিলা মৰ্চাৰ কেন্দ্ৰীয় দ্বিতীয় কাৰ্যনিৰ্বাহক সভা সামৰণি। ভাৰতীয় জনতা পাৰ্টি চমুকৈ অসম বিজেপি দলৰ ভগ্নী সংগঠন অসম ৰাজ্যিক মহিলা মৰ্চাৰ কেন্দ্ৰীয় দ্বিতীয় বাৰ্ষিক কাৰ্যনিৰ্বাহক সভাখন নামনি অসমৰ কেন্দ্ৰ বিন্দ…