Share on Facebook

.দিহিংমুখ য়াৰি চৃচাং অপে: আৰু দিচাংমুখ আঞ্চলিক TMPK ৰ উদ্যোগত শ্ৰমদান



দিহিংমুখ য়াৰি চৃচাং অপে: আৰু দিচাংমুখ আঞ্চলিক TMPK ৰ উদ্যোগত শ্ৰমদান /শিৱসাগৰ জিলাৰ দিহিংমুখ অঞ্চলৰ চেচামুখ গাঁৱৰ যুৱক সকলে চৰকাৰলৈ বাদ নাচাই নিজৰ এলেকাৰ ৰাস্তা পদুলি মেৰামতি কৰাত কেইজনমান গাঁৱৰ উদ্যমান যুৱকসকলে ব্যয়স্ত ।
নেদেখা মানুহে এই আলি গলি বোৰৰ দৃশ্য দেখিলে তবধ খাব,,,
55 বছৰ কংগ্ৰেছ চৰকাৰ গল ,
5বছৰ নতুন bjp চৰকাৰ গল,
শেষত 3 বছৰ নতুন ৰাজ্য চৰকাৰ গল ,,
তথাপিও বহু আবেদন নিবেদন জনোৱাৰ পাছতো চৰকাৰৰ একো কান হাৰ নাই ,,
সেয়ে গাঁৱৰ কেইজন মান উঠাম যুৱকে মিলিত হয় ,,
এনেদৰে প্ৰখৰ ৰদকো নেওচি মেৰামতি কৰিছে,,,,,
আকৌ যদি কবলৈ গলে মিচিং পৰিষদ এখনো আছে
অত্যাধিক আমাৰ মানুহ বোৰ ৰাজনীতিৰ বাবে আজি এই সমস্যা ,,,এইবোৰ সমস্যা কেতিয়া সমাধান কৰা ৰাইজে দেখা পোৱা নাই।
উক্ত অঞ্চলৰ শিৱসাগৰ জিলাৰ ১০৭ নং থাওৰা সমস্তিৰ বিধায়ক শ্ৰীকুশল দুৱৰী তথা হধৰ্মিনীক mac নিৰ্বাচনত টকাৰ বৰষুণ বোৱাব বিচৰাত মিচিং জাতীয় সংগঠনে আগবেটি দৰি অপমান কৰাত চেন্ডেল জাৰো ৰে পদূতৰ দিয়াত ,,,এখেতৰ বিধায়ক থকা দিনত মিচিং অঞ্চলত উন্নয়ন নহয় বুলি প্ৰতিশ্ৰুতি দিয়াৰে পৰা উন্নয়ন শূন্য হোৱা ৰাইজে দেখা পাইছে।এতিয়া একমাত্ৰ বৰষা  34 no দিচাং দিখৌ সমষ্টিৰ নিভা পেগু মিলি বাইদেউলৈ।লগতে
আজি লিগিৰিবাৰী পৰা অফলা পথৰ চাৰিওকাষে থকা জংগলসদৃশ জোপোহা গছ গছনি বিলাকক হাতী মানুহৰ সংঘাত পৰিত্ৰাণৰ বাবে দিচাংমুখ আঞ্চলিক TMPK তৰফৰ পৰা শ্ৰমদান কাৰ্যসূচী লোৱা হয়।কাৰণ আমি দিনক দিনে এজন এজনকৈ সাপোন মানুহক হেৰোৱাব লগা হৈছে।প্ৰকাসনে/চৰকাৰে উচিত ব্যৱস্হা তৎকালীন কৰিব নে ?অন্যথা মানুহ আৰু বন্যহস্হিৰ সংঘাত অধিক ভয়াৱব হব ।এই খবৰ বিভাগীয় কৰ্তপক্ষৰ কাণত পৰাৰ পিছটো কোনো ফলপ্ৰষু পদক্ষেপ লোৱা দেখা নাই। কাৰণ মাহেকৰ মুৰত দৰমহা লাগে এই বিভাগৰ।
এইয়ে শিৱসাগৰৰ মিচিং অধুক্য অঞ্চলবোৰত প্ৰশাসনে মাহী আই চকুৰে মিচিং ৰাইজ আৰু মিচিং লুতাদ নিউজ চেনেলৰ তৰফৰ পৰা চৰকাৰৰ ওচৰত সৰল প্ৰাৰ্থনা জনাইছো।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

إرسال تعليق

please do not enter the any spam link in to comment box

أحدث أقدم