Share on Facebook

বিদ্যুৎ বিভাগৰ অনিয়মৰ বিৰুদ্ধে প্ৰতিকৃতি দাহেৰে প্ৰতিবাদ শ শ পুৰুষ-মহিলাৰ।


 বিদ্যুৎ বিভাগৰ অনিয়মৰ বিৰুদ্ধে প্ৰতিকৃতি দাহেৰে প্ৰতিবাদ শ শ পুৰুষ-মহিলাৰ।।

BAILYA BI:BAH ,AINE' DO:NAM TINAM  DO:NAM LE'GA PE'  LAMTE'LO GILEN NA JE'DUNG.
ৰাজ্য চৰকাৰৰ বিদ্যুত বিভাগৰ অধিনৰ ঢকুৱাখনা বিদ্যুৎ সংমণ্ডলৰ বিষয়া-কৰ্মচাৰীৰ পালমৰা আৰু দায়িত্বজ্ঞানহীন কাৰ্যৰ বাবে মহকুমাটোৰ পুৱ ঢকুৱাখনাত সংঘটিত হৈছে কেতবোৰ আজব কাণ্ড।



  আজি পুৱ ঢকুৱাখনাৰ কৰ্দৈগুৰীত শ শ ক্ষুব্দ ৰাইজে বিদ্যুৎ বিভাগৰ ঢকুৱাখনা সংমণ্ডলৰ বিৰুদ্ধে প্ৰতিকৃতি দাহেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।



 ঢকুৱাখনা বিদ্যুৎ সংমণ্ডলৰ কাৰ্যলয়ে পুৱ ঢকুৱাখনা পঞ্চায়তৰ কৰ্দৈগুৰী গাঁৱৰ বিদ্যুৎ সংযোগ কাটি ৰখা কেইবাঘৰ লোকৰ নামত মাহে ৫শৰ পৰা হাজাৰ টকাৰ বিল ।



 এঘৰ লোকৰ এটা মিটাৰ বক্সৰ বিপৰীতে ঘৰখনৰ স্বামী-স্ত্ৰী দুয়োৰে নামতো  বিদ্যুৎ বিল অহা অভিযোগ উত্থাপিত হৈছে।



দক্ষিণ চাপৰি,কৰ্দৈগুৰীত বহু লোকৰ ঘৰত বিদ্যুৎ সংযোগ কৰাৰ পিছত আজিলৈকে মিটাৰ বক্স নলগোৱাকৈৱে বিল প্ৰেৰণ কৰি আহিছে ঢকুৱাখনা বিদ্যুৎ সংমণ্ডলৰ বিষয়াই।



স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি পুৱ ঢকুৱাখনাত  মিটাৰ ৰিদিং নকৰাকৈয়ে প্ৰতিমাহে আনুমানিক হিচাবত বিল বনাই ঘৰে ঘৰে প্ৰেৰণ কৰি থকা হৈছে প্ৰতি মাহে।



 এটা লাইট জ্বলোৱা বি,পি,এল, পৰিয়ালেও ৫ শ হেজাৰ টকা, টি,ভি, ফেন, ফ্ৰীজ চলোৱা ঘৰেও ৫ শ হেজাৰ টকাকৈয়ে বিল ভৰিব লগা হৈছে।

 অন্যহাতে অঞ্চলটোৰ ৰাইজৰ অভিযোগ অনুসৰি-"মুখ্যমন্ত্ৰী আকাশ দ্বীপ" যোজনাৰ অধীনত ঢকুৱাখনা বিদ্যুৎ বিভাগৰ কাৰ্যালয়ে বিতৰণ কৰা ফ্ৰী বাল্ববোৰ এটাও নজ্বলে।অতি নিম্ন মানৰ বাল্ব দিছে।"



আজি প্ৰতিকৃতি দাহেৰে সাব্যস্ত কৰা প্ৰতিবাদী কাৰ্যসূচীত  বহুসংখ্যক মিচিং জাতীয় সংগঠনৰ নেতা-কৰ্মীৰ লগতে শ শ পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে।



 প্ৰতিবাদী সকলে বিভিন্ন শ্লোগান দি পৰিবেশ উত্তাল কৰা দেখা যায়।



 Ngoluk mising do:lung kirido aine' donam tinam domala bemar a:name'm ka:bek dung. E'dem pila sivasagar mo:dum lok samash koilan igurki Desangmukh bangke lok Affola, Major Bari ,Sitoldubi, Ligiribari  do:lung lok Asha kormi e'lang Honggonbadi kormi ye' aine' donam ti:nam do:pe' lagidag oddokke'  Bailya bibah rud:pe' lagidag e'm:na lam:te' lo dorna i'name'm kabegdung.



Oddoke'  potin ponam me'pak la aji aji pe' a:mil ginam yam:ne' la:nam ki bailya bibah i'la ngoluk mising re'ngam ara:lo de'kko ngasode a:dung.














MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

إرسال تعليق

please do not enter the any spam link in to comment box

أحدث أقدم