Share on Facebook

গহপুৰত ১২ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰা ৭ অভিযুক্ত আটক





গহপুৰত ১২ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰা ৭ অভিযুক্ত আটক

গহপুৰত শুক্ৰবাৰে নিশা সংঘটিত হোৱা দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ এক জঘন্য কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল সমগ্ৰ গহপুৰ ৰজাবাৰীৰ ১নং চকলা। ৭টাকৈ নৰপিশাচে একেখন গাঁৱৰ ১২ বছৰীয়া কিশোৰী এগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাই বিগত দুটা দিন ধৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ বিৰাজ কৰি আহিছে।দেওবাৰে উক্ত ঘটনাৰ লগত জড়িত ৭ জন নৰপিশাচক কৰায়ত্ব কৰিবলৈ সক্ষম হয় গহপুৰ আৰক্ষীয়ে। উত্তেজিত ৰাইজৰ প্ৰহাৰত আহত হোৱা অভিযুক্ত উমেশ পাতিৰি সম্প্ৰতি বিশ্বনাথৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। উত্তেজিত ৰাইজে গহপুৰৰ থানাত আহি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাৱীত পৰিস্থিতি উত্তপ্ত কৰি তোলে। অপৰাধীক কেইজনক চোৱাত আৰক্ষীয়ে বাধা আৰোপ কৰাত নিহত কিশোৰীৰ গৰাকীৰ পিতৃ ,পৰিয়ালবৰ্গ আৰু ৰাইজে আৰক্ষীক ধূপ জ্বলাই অভিযুক্তক চাৱলৈ কাতৰ অনুৰোধ জনায়। ইপিনে, ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি ৰজাবাৰী অঞ্চলৰ পৰিস্থিতি যাতে অৱনতি নহয় তাৰ বাবে আৰক্ষী মোটায়








MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

إرسال تعليق

please do not enter the any spam link in to comment box

أحدث أقدم