জানমণি কুটুমক ধৰ্ষণ কৰি হত্যা কাণ্ডক লৈ আজি সমূহ গহপূৰ বাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰে আৰু প্ৰশাসনক দাবী জনাই। we want justice ধ্বনিৰে উত্তাল গহপুৰ। দুখীক ফাঁচী দিয়াৰো দাবী জনোৱা দেখা যায়।