গহপুৰত দলবদ্ধ ভাবে ধৰ্ষণ কৰি হত্যা কৰিলে ১২ বছৰীয়া জানমনিক# দোষীক ফাচীৰ দাৱীত উত্তাল গহপুৰ# প্ৰতিৱাদী সমদল,ঘাইপথ অৱৰোধ, মহকুমাধিপতী কাৰ্যালয় ঘেৰাও
গহপুৰৰ ৰজাবাৰী ৰ ১ নং চকলাত ৭টাকৈ নৰপিশাচে একেখন গাঁৱৰ জানমনি কুটুম নামৰ ১২ বছৰীয়া কিশোৰী এগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাই বিগত তিনি দিন ধৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ বিৰাজ কৰি আছে । ইতিমধ্যে ঘটনাৰ লগত জড়িত ৭ জন নৰপিশাচক কৰায়ত্ব কৰিছে গহপুৰ আৰক্ষীয়ে। আনহাতে, আজি ঘটনাৰ সাত অভিযুক্ত ক্ৰমে -ভাস্কৰ মেধি,উমেশ পাতিৰি, অংকুশ পেগু, মিলন জ্যোতি দলে ,বিকাশ পেগু ,অজিত পেগু আৰু লোহিত দলে ক First track আদালতত বিচাৰ কৰি শীঘ্ৰে ফাচীৰ দাৱীত TMPK ,MMK আদি মিচিং জাতীয় সংগঠনৰ উদ্দোগত ছাত্ৰ-ছাত্ৰী কে ধৰি শ শ প্ৰতিৱাদ কৰিয়েই ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰাৰ লগতে মহকুমাধিপতী কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিৱাদ