মূখ্যমন্ত্ৰী সমষ্টি দ্বীপ জিলা মাজুলীত আজি আদ আদমী পাৰ্তীয়ে মাজুলীৰ গড়মুৰ সদৰত এক ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে।
আদআদমীৰ পাৰ্তিৰ প্ৰতিবাদৰ মূল লক্ষ্য আছিল-নিৱনুৱা সমস্যা দিনক দিনে বৃদ্ধি হৈছে তাক দূৰ কৰা, ।
ৰাজ্যত যি হাৰত খাদ্য সামগ্ৰী দাম বৃদ্ধি পাইছে সেই মূলত সাধাৰণ জনতাই খাদ্য সামগ্ৰী কিনি খাব নোৱাৰা হৈছে । অতি সোনকালে মূল্য বৃদ্ধি হ্ৰাস কৰিবলৈ দাবী জনায়।
অসমৰ বিভিন্ন ৰাজহুৱা সম্প্ৰতী সমূহ চৰকাৰে ব্যক্তিগত খণ্ডক গতাই দিয়াক লৈও প্ৰতিবাদ স্থলীত ব্যক্ত কৰে প্ৰতিবাদ কাৰী সকলে।
জাতি মাটি ভেটি কথা কৈ থকা চৰকাখনে যাতে সোনকালে নিৱনুৱা সমস্যা নিৰ্মূল, খাদ্য সামগ্ৰী মূল্য হ্ৰাসকে ধৰি বিভিন্ন সমস্যা সমূহৰ ওপৰত প্ৰতিবাদ কৰে ।
মাজুলী পৰা লোকনাথ নৰহ প্ৰতিবেদন Mising Lutad