ঐক্যবদ্ধ, আপোচহীন,প্ৰগতিশীল,জাতীয়তাবাদী চিন্তাক মূলমন্ত্ৰ হিচাপে লৈ আগবঢ়া কৃষক মুক্ত আৰু ৭০ জাতীয় জনগোষ্ঠীয় সংগঠনৰ ঐৰসত ভূমিষ্ঠ হোৱা “ৰাইজৰ দল"ৰ আজি বোকাখাত বিধান সভা সমষ্টিৰ আহ্বায়ক সমিতিখন গঠন কৰা হয়৷
বলোৰাম কামান, মিছিং লোতাদ ,মহুৰামুখ৷

Our website uses cookies to improve your experience. Learn more
حسنًا