আমি এইবাৰ ভোট বৰ্জন কৰিম ।
যেতিয়ালৈকে আমাৰ দাবী সমূহ পূৰণ নকৰে তেতিয়া লৈকে ভোট বৰ্জন কৰিম
লখিমপুৰ বিধানসভা সমষ্টিৰ ঘূণাসুঁতিত বিশাল গণ সমাবেশ ।
আজিৰ এই গণ সমাবেশত সোৱণশিৰীৰৰ ঘাগৰৰ নদীৰ ওপৰত পকী দলং আৰু অন্যান্য সমস্যা সমূহৰ দাবীত ।
এই বিশাল গণ সমাবেশখন মিৰি জীয়ৰী উচ্চ মাধ্যমিক বিদ্যালয়ত খেল পথাৰত অনুষ্ঠিত হয়।
ঘূণাসুঁতি স্থানীয় ৰাইজৰ জনোৱা অনুসৰি এইবাৰ বিধান সভা নিৰ্বাচনত
যেতিয়ালৈকে ঘূণাসুঁতি বাসীৰ সমস্যা প্ৰধান সোৱণশিৰীৰৰ ঘাগৰৰ নদীৰ ওপৰত পকী দলং নিৰ্মাণ নকৰিলে ভোট বৰ্জন কৰা হব বুলি জানিব দিয়ে।