লাইকা দধিয়াৰ ৬ দিন হ'ল প্ৰতিবাদ সাব্যস্ত কৰা।
কিন্তুু জিলা প্ৰশাসনে এতিয়াও গুৰুত্ব দিয়া নাই।
আমি মিচিং জনজাতি হোৱাৰ বাবে গুৰুত্ব দিয়া নাই নেকি?
এনে অনুসূচনা আৰু চিন্তা কৰিবলগীয়া হৈছে কিয়নো প্ৰাপ্য অধিকাৰ পোৱা নাই।
আজি কংগ্ৰেছৰ দ'লপতি মাননীয়,শ্ৰীয়ুত দেৱব্ৰত শইকীয়া আৰু মৰিয়নীৰ বিধায়ক শ্ৰীয়ুত ৰূপজ্যোতি কুৰ্মিয়ে লাইকা দধিয়া পৰিদৰ্শন কৰে।
এতিয়া লাইকা দধিয়া বাসী ৰাইজৰ অৱস্থা চাই সকলোৱে দুখ প্ৰকাশ কৰিছে, কিন্তু চৰকাৰৰ সহায় এতিয়াও পোৱা নাই।
সেয়েহে ৰাইজৰ দুখ বেদনাবোৰ বুজি দি যদি নিৰাপত্তা আৰু সুৰক্ষা দিব পৰা কিবা সেউজ ৰেঙণি পামনেকি পামনেকি বুলি ৰাইজে বাদ চাইযে আছে মুকলি আকাশৰ তলত।
আৰু আশ্ৰয় শিবিৰত আহি ৰাইজৰ লগত আলোচনাত বহে।