মিচিং লুতাদৰ Ground Zero Report-ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত।এজোপা ধুনীয়া গছ দেখুৱাব বিচাৰিম।গছজোপাৰ নাম-কেক্জৰি গছ। ইয়াত বহু দূৰৰ পৰা পৰ্য্যটক আহে,আৰু দুৰ দুৰণিৰ পৰা গছ জোপাক চাবলৈ মানুহ আহে। কেনেকৈ আহিলে আপোনালোকে জেগাত পাব-তিনিচুকীয়াৰ পৰা গুইজান ঘাটলৈ আহিব লাগিব। আগতে Forest ডিপাৰমেণ্টৰ পৰা পাৰমিচন লব লাগিব, তেতিয়াহে আহিব পাৰিব।এতিয়া খৰালি দিনত বহুতো মানুহে চাবলৈ আহে।অকল সেয়া নহয়,বনৰীয়া ঘোঁৰা,লগতে শিশু,মাগুৰি মতাপুং বিলত চৰাই চিৰিকটিও চাব পাৰিব। ডিব্ৰু ছৈখোৱাৰ পৰা-এপিঅ টাইদৰ,প্ৰতিবেদন-মিচিং লুটাদ।