Big ব্ৰেকিং NEWS-লাইকা দধিয়া আশ্ৰয় শিবিৰৰ পৰা গৰ্ভৱতী মহিলা এগৰাকী সংকত জনক অৱস্থা। জানিব পৰা মতে-মহিলা গৰাকী আশ্ৰয় শিবিৰতেই আছিল। কালি ৰাতি তিনিচুকীয়া অসামৰিক চিকিৎসালৈ প্ৰেৰণ কৰিছিল। কিন্তুু তিনিচুকীয়াত নোৱাৰাৰ বাবে-ডিব্ৰুগড় অসামৰিক চিকিৎসালৈ প্ৰেৰণ কৰে। বৰ্তমান ICU ত ভৰ্তি হৈ আছে।
এই মহিলা গৰাকী নাম কুশমিতা মৰাং। এখেত বিষ্ণু মৰাংৰ পত্নী, বয়স 24 বছৰ।