ৰাজ্যত অব্যাহত আছে CAA আৰু EIA 2020 ,অসম চুক্তি ৬ নং দফা সফল ৰূপায়নৰ বাবে প্ৰতিবাদ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আগমনৰ আগদিনাই আছুৱে সমগ্ৰ ৰাজ্যতে জোৰ সমদল বাহিৰ কৰে।
আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত লখিমপুৰ জিলা ছাত্ৰ সন্থাই জোৰ সমদল উলিয়ায় প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ সময়ত
আৰক্ষীৰ লগত হতাহতী পৰ্যন্ত হয় প্ৰতিবাদকাৰী সকলৰ।
কা বাতিল হবৈ লাগিব, নৰেন্দ্ৰ মোদী গ বেক, বি জে পি গ বেক ,বি জে পি ৱাক ঠু, আদি ধ্বনিৰে আকাশ বতাহ উত্তাল কৰি তোলে লখিমপুৰ নগৰ।
ইতিমধ্যে আছু কৰ্মী সকলক আটক কৰি সদৰ আৰক্ষী চকীলৈ লৈ যোৱা হৈছে।
