মিচিং সমাজৰ প্ৰথম শ্বহীদ বগা মেদকৰ পৰিয়াল কেনে আছে ?
পাহৰি পেলাইছোনেকি মিচিং সমাজৰ বীৰ শ্বহীদ বগা মেদকক ।
লখিমপুৰ জিলাৰ গোগামুখ বাতি মেদকত ঘৰ বগা মেদকৰ।
1995 চনৰ বিলমুখ বানে কেবাংত আৰক্ষীৰ গুলিত মৃত্যু হৈছিল শ্বহীদ বগা মেদক।
Our website uses cookies to improve your experience. Learn more
حسنًا