মাঁথো কান্দোনৰ শব্দ-সুখ বিচাৰি অহা ৰাইজে-অৰ্বণনীয় পৰিবেশ,লাইকা দধিয়াত,প্ৰতিবাদকাৰীৰ স্খাস্থ্যৰ অৱনতি।
19 দিনে ন্যায্য প্ৰাপ্তিৰ দাবীত অবিৰত সংগ্ৰাম-দুখ যন্ত্ৰণাত দিশহাৰা লাইকা দধিয়াবাসী -প্ৰতিবাদস্থলীত অসুস্থ,আৰু মৃত্যু- জাৰত কঁপি কঁপি প্ৰতিবাদ সাব্যস্থ কৰাৰ পাছতো-চৰকাৰৰ কাণ সাৰ নাই। মুখ্যমন্ত্ৰীৰ আলোচনাৰ পাছত পুঃনৰ সংস্থাপনৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰিছে দুটা স্থান-লাইকাবাসীৰ বাবে-ডিগবৈ বনাঅঞ্চলৰ-পাহাৰপুৰ। আৰু দধিয়াবাসীৰ বাবে-লক্ষিমপুৰ-আদাকনা,আৰু আদিএলানী। কিন্তুু দধিয়াবাসী ৰাইজে নাজাই,লক্ষীমপুৰলৈ।লাইকা দধিয়াতকৈয়ো বিধ্বস্ত এলেকা। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি নিদ্দেৰ্শ দিয়া সময়লৈকে উপযুক্ত ঠাইত লাইকা দধিয়াক পুঃনৰ সংস্থাপন দিব পাৰিবনে?