BIG BREAKING NEWS বাঘজানত অইলৰ পাইপত অগ্নিকাণ্ড।
বাঘজান BGR-5 তৈলখাদৰ সমীপত সংঘটিত এই ঘটনা।
ঘটনা সন্দৰ্ভত অইল ইণ্ডিয়াক অৱগত কৰে স্থানীয় লোকে।
অইলৰ পৰিত্যক্ত পাইপত জুই লগা বুলি জানিব পৰা গৈছে। স্থানীয় লোকে এই সন্দৰ্ভত সদৰী কৰিছে আৰক্ষীক।
APIO TAID REPORT, MISING LUTAD
