Share on Facebook

নিমাতিঘাটৰ নাওঁ দুৰ্ঘটনাত মৃত্যু হোৱা ইন্দেশ্বৰ বৰাৰ বাসগৃহত মূখ্যমন্ত্ৰী ।

 নিমাতিঘাটৰ নাওঁ দুৰ্ঘটনাত  মৃত্যু হোৱা ইন্দেশ্বৰ বৰাৰ বাসগৃহত মূখ্যমন্ত্ৰী ।



 অসমৰ মূখ্যমন্ত্ৰী ড০ হিমম্ত বিশ্ব শৰ্মাই লখিমপুৰ জিলাৰ পহুমৰা পঞ্চায়তৰ অন্তৰ্গত মাধৱপুৰ গাওঁৰ নিমাতিঘাটৰ নাওঁ দুৰ্ঘটনাত নিহত  স্বৰ্গীয়  ইন্দেশ্বৰ বৰাৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰা পৰিলক্ষিত হল।

মূখ্যমন্ত্ৰী গৰাকীয়ে পৰিয়ালৰ লোকৰ সৈতে মতবিনিময় কৰাৰ পিছত সংবাদ মাধ্যমৰ আগত কৈছে যে 

 পত্নীক  সংস্থাপন দিয়া হব বুলিও   আশ্বাস প্ৰদান কৰে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

লগতে ঘূণাসুঁতি দলংৰ কাম বৰ্তমান দ্রুনেদি পৰীক্ষা চলি থকাৰো কথাও উল্লেখ কৰি 

ঘূণাসুঁতি দলং খন 2022 চনৰ পৰা আৰম্ভ হোৱাৰো কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী য়ে।

ইয়াৰ উপৰিও কেইটামান গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰা পৰিলক্ষিত হল।

মূখ্যমন্ত্ৰী গৰাকীৰ সৈতে সাংসদ প্ৰদান বৰুৱা,সাংসদ পল্লব লোচন দাস মন্ত্ৰী অশোক সিংঘল, বিধায়ক মানৱ ডেকা  উপস্থিত থাকে।


MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

إرسال تعليق

please do not enter the any spam link in to comment box

أحدث أقدم