আৰম্ভ হ'ল মাজুলী-যোৰহাট সংযোগী দলংৰ বেচিং প্লান্টৰ টেষ্টিঙৰ কাম।
উদুলী-মূদুলী পৰিৱেশ সত্ৰ নগৰী মাজুলী।
ঐতিহাসিক ক্ষণৰ সাক্ষী হব মাজুলী বাসী।
পূৰ্ণ হ'ব মাজুলীবাসীৰ দীৰ্ঘদিনীয়া সপোন।
২০১৬ চনতেই কেন্দ্ৰীয় মন্ত্ৰী নিটিন গাদকাৰীয়ে মাজুলীৰ দৰিয়া পাৰত আধাৰশীলা স্থাপন কৰিছিল মাজুলী যোৰহাট সংযোগী দলংৰ।
আজি আৰম্ভ হব মাজুলী - যোৰহাট সংযোগী দলংৰ খুটা পুটাৰ কাম । দলংৰ খুটা পূটা শুভ উদ্ধোধন কৰিব ৰাজ্যৰ জনপ্ৰিয় মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
এই শুভমুহুত্বৰ মাজুলীলৈ আহি ৰাজ্যৰ মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।
২৯ নৱেম্বৰত আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিলে যোৰহাট মাজুলী দলংৰ নিৰ্মাণ কাৰ্য্য।
সকলোবোৰ যাৱতীয় কাম কায কৰাত ব্যস্ত চৰকাৰী লোক নিৰ্মাণ বিভাগৰ লোক আৰু জিলা প্ৰশাসন । প্ৰায় ২০ হাজাৰ জন সমাগম মাজুলীৰ দক্ষিণপাটত।
নিৰ্মাণ কাৰ্য চলি আছে পেক্ষাগৃহৰ কাম।