অসমৰ ৰাজধানী দিছপুৰ ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিয়া সংবাদমেলৰ প্ৰত্যুত্তৰ দিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা প্ৰাক্তন সাংসদ ভূপেন বৰাই। আচলতে কি হৈছিল পঞ্জাৱত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ মন্তব্য সচাঁ নেকি।
আমি আগবঢ়াইছোঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ মন্তব্য
ষ্টাফ ৰিপৰ্টাৰ বঙাইগাঁও, প্ৰফুল্ল কুমাৰ দাস।
Tags:
politics