Share on Facebook
Showing posts from September, 2025

বিশ্বজুৰি অনুৰণিত জুবিন গাৰ্গৰ নাম: ১৯৫ খনৰ ভিতৰত ১১৪ খন দেশত ইণ্টাৰনেটত চাৰ্চ

বিশ্বজুৰি অনুৰণিত জুবিন গাৰ্গৰ নাম: ১৯৫ খনৰ ভিতৰত ১১৪ খন দেশত ইণ্টাৰনেটত চাৰ্চ গুৱাহাটী, ছেপ্টেম্বৰ ২৪: অসমীয়া সংগীত জগতৰ কিংবদন্তী শিল্পী জু বিন গাৰ্গৰ প্ৰভাৱ এতিয়া ভাৰত সীমা অতিক্ৰম কৰি বিশ্বজুৰি অনুৰণিত হৈছে। সদ্য প্ৰাপ্ত ইণ্টাৰনেট তথ্য অনুসৰ…

জিৰু সংগীত উৎসৱ ২০২৫ৰ আৰম্ভণি দিন জুবীন গাৰ্গক উৎসৰ্গিত কৰিব।

জিৰু সংগীত উৎসৱ ২০২৫ৰ আৰম্ভণি দিন জুবীন গাৰ্গক উৎসৰ্গিত কৰিব। জিৰু, অৰুণাচল প্ৰদেশ, ২৩ ছেপ্তেম্বৰঃ অৰুণাচল প্ৰদেশৰ বিশ্ববিখ্যাত জিৰু মিউজিক ফেষ্টিভেল ২০২৫ৰ আৰম্ভণি দিন তথা ২৫ ছেপ্তেম্বৰ দিনটো অসমবাসীৰ প্ৰিয় গায়ক, সুৰকাৰ আৰু সাংস্কৃতিক আইকন স্বৰ্গীয় জু…

জুবিন গাৰ্গৰ শৱদেহ আজি ৰাতি ২.৩০ বজাত গুৱাহাটীলৈ আহি পাব।

জুবিন গাৰ্গৰ শৱদেহ আজি ৰাতি ২.৩০ বজাত গুৱাহাটীলৈ আহি  পাব। গুৱাহাটী, ২০ ছেপ্টেম্বৰ: অসমবাসীৰ স্নেহৰ শিল্পী আৰু সংগীত জগতৰ কিংবদন্তী জুবিন গাৰ্গৰ শৱদেহ আজি ৰাতি ২.৩০ বজাত গুৱাহাটী আহি পাব। দিল্লীৰ পৰা বিশেষ বিমান VT-CRAৰ জৰিয়তে শৱদেহ লৈ‌ আহি ‌আছে‌। গুৱ…

চিংগাপুৰত মৃত্যু জুবিনৰ বাবে চকুলোৰ বন্যা সমগ্ৰ অসমত : কেন্দ্ৰীয়-ৰাজ্য চৰকাৰে জুবিনৰ মৃতদেহ আৰু সকলো কামৰ দায়িত্ব প্ৰদান কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাক ।

চিংগাপুৰত মৃত্যু জুবিনৰ বাবে চকুলোৰ বন্যা সমগ্ৰ অসমত : কেন্দ্ৰীয়-ৰাজ্য চৰকাৰে জুবিনৰ মৃতদেহ আৰু সকলো কামৰ দায়িত্ব প্ৰদান কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাক । সমগ্ৰ দেশ ,উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুৰাভা, ভূপেন হাজৰিকাৰ পিছত…

গুৱাহাটী জ্যোতিনগৰৰ পৰা বিশ্বকর্মা পূজাত ফুৰিবলৈ গৈ সন্ধানহীন তিনিজন কিশোৰী

গুৱাহাটী  জ্যোতিনগৰ ৰ  পৰা বিশ্বকর্মা পূজাত ফুৰিবলৈ গৈ সন্ধানহীন তিনিজন কিশোৰী গুৱাহাটী, ছেপ্টেম্বৰ ১৯: বিশ্বকর্মা পূজাৰ আনন্দ উপভোগ কৰিবলৈ গৃহৰ পৰা ওলাই অহাৰ পিছত গুৱাহাটীৰ জ্যোতিনগৰ অঞ্চলৰ তিনিজন কিশোৰী সন্ধানহীন হোৱা ঘটনাই স্থানীয় বাসিন্দাসকলৰ …

গোগামুখৰ দিৰপাই-মহৰিকেম্পত ৰাষ্ট্ৰীয় নিৱনুৱা দিৱস উৎযাপন।

গোগামুখৰ দিৰপাই-মহৰিকেম্পত ৰাষ্ট্ৰীয় নিৱনুৱা দিৱস উৎযাপন। সন্মিলিত গণশক্তি অসমৰ সভাপতি তথা বৰ্তমানৰ এমএচিৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ গৃহ পৰিষদীয় সমষ্টিত ধেমাজি বিধান সভা সমষ্টি যুৱ কংগ্ৰেছৰ ৰাজনৈতিক ৰণ ধ্বজা। সমগ্র দেশৰ সমান্তৰাল ভাৱে …

গোগামুখত নামঘৰৰ মাহ-প্ৰসাদৰ পিছত বিষক্ৰিয়া! ৬০ জন অসুস্থ, শিশুও সংকটত

গোগামুখত নামঘৰৰ মাহ-প্ৰসাদৰ পিছত বিষক্ৰিয়া! ৬০ জন অসুস্থ, শিশুও সংকটত গোগামুখ, ছেপ্টেম্বৰ ২০২৫ গোগামুখ উপজিলাৰ টিঙিৰী গাঁৱত খাদ্য বিষক্ৰিয়াৰ ফলত এক অভাৱনীয় পৰিস্থিতি সৃষ্টি হৈছে। গাঁওখনৰ শংকৰ সংঘৰ প্ৰাথমিক শাখাৰ নামঘৰত অনুষ্ঠিত মাহ-প্ৰসাদ ভোজনৰ পিছত…

নেপালৰ Gen Z আন্দোলন – সত্যত কি ঘটিছে?

নেপালৰ Gen Z আন্দোলন – সত্যত কি ঘটিছে? কাঠমাণ্ডু, ছেপ্টেম্বৰ ২০২৫ নেপালত উঠি অহা Gen Z আন্দোলনে দেশখনৰ ৰাজনীতি আৰু সমাজ দুয়োখনক কঁপাই তুলিছে। চলিত ছেপ্টেম্বৰ মাহত চৰকাৰে আকস্মিকভাৱে ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব, হোৱাটছএপ আৰু এক্স (Twitter) সহ ২৬ ট…

গোগামুখত আৰক্ষীৰ বিশেষ অভিযানত অস্ত্ৰ উদ্ধাৰ, দুজন গ্ৰেপ্তাৰ

📰 গোগামুখত আৰক্ষীৰ বিশেষ অভিযানত অস্ত্ৰ উদ্ধাৰ, দুজন গ্ৰেপ্তাৰ গোগামুখ, ১০ ছেপ্টেম্বৰ: গোগামুখ আৰক্ষীয়ে বুধবাৰে নিশা গোপন সূত্ৰৰ ভিত্তিত সফল অভিযান চলাই দুজন সন্দেহযুক্ত ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গোগামুখ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া …

গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য

গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য । গুৱাহাটীঃ গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দৰ্ভত হোৱা বিশেষ তদন্তকাৰী দলৰ (SIT) প্ৰতিবেদন গ্ৰহণ কৰাৰ পাছত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই আজিৰ দিনটোত এক ডাঙৰ মন্তব্য কৰিছে। মুখ্য…

গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দৰ্ভত SITৰ তদন্ত সম্পূৰ্ণ, মুখ্যমন্ত্ৰীৰ ওচৰত দাখিল হ'ব প্ৰতিবেদন

গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দৰ্ভত SITৰ তদন্ত সম্পূৰ্ণ, মুখ্যমন্ত্ৰীৰ ওচৰত দাখিল হ'ব প্ৰতিবেদন আমাৰতো হিট, তেওঁৰতো ফ্লপ হ'বই...সেইকাৰণে অলপ সময় বিচাৰিছে...লাজ কৰিছে...কেনেকৈ দেখাব, সবে বুজিয়ে পায়...ৰিজাল্টটো আমি আগৰ পৰাই জানো...BOX OFFICEত ফ…

ব্ৰেকিং নিউজ : নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত কোটি কোটি টকাৰ GST ফাঁকিৰ অভিযোগ

🚨 ব্ৰেকিং নিউজ : নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত কোটি কোটি টকাৰ GST ফাঁকিৰ অভিযোগ। By Mising Lutad Report এনএইচপিচিৰ নিৰ্মাণকাৰী সহযোগী প্ৰতিষ্ঠান SOMA, BGS আৰু SGSৰ বিৰুদ্ধে SGSTৰ অভিযান। গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প (Lower Subansi…

গুৱাহাটীত ‘Bhupen da Uncut’’ ডকুমেণ্টাৰীৰ প্ৰিমিয়াৰ : সংগীত সম্ৰাট ভূপেন হাজৰিকাৰ জ্যোতিৰ্ময় উত্তৰাধিকাৰী ৰ উদযাপন।

গুৱাহাটীত ‘ Bhupen da Uncut ’’ ডকুমেণ্টাৰীৰ প্ৰিমিয়াৰ : সংগীত সম্ৰাট ভূপেন হাজৰিকাৰ জ্যোতিৰ্ময়  উত্তৰাধিকাৰী ৰ উদযাপন। Mising Lutad Digital News Network গুৱাহাটী, ৭ ছেপ্টেম্বৰ – ভাৰত ৰত্ন স্বৰ্গীয় ড° ভূপেন হাজৰিকাৰ ওপৰত নিৰ্মিত ডকুমেণ্টাৰী *‘Bhupe…

ডিমাহাছাও জিলাৰ লংকুত ভয়ংকৰ পথ দুৰ্ঘটনা : দুজন যুৱক নিহত

ডিমাহাছাও জিলাৰ লংকুত ভয়ংকৰ  পথ  দুৰ্ঘটনা : দুজন যুৱক নিহত । উম্ৰাংছু, ৭ ছেপ্টেম্বৰ: ডিমাহাছাও জিলাৰ উম্ৰাংছু আৰক্ষী থানাৰ অন্তৰ্গত লংকু অঞ্চলত দেওবাৰ দিনা সংঘটিত ভয়ংকৰ  পথ  দুৰ্ঘটনাত দুজন যুৱক নিহত হয়। আৰক্ষী সূত্ৰত প্ৰকাশ পোৱা তথ্য অনুসৰি, NL …

শিলচৰত দুৰ্বৃত্তৰ গুলীত এজন স্থানীয় যুৱক গুৰুতৰভাৱে আহত

শিলচৰত দুৰ্বৃত্তৰ গুলীত এজন স্থানীয় যুৱক গুৰুতৰভাৱে আহত By Mising Lutad Report শিলচৰ, ৬ ছেপ্টেম্বৰ: শিলচৰৰ আশ্ৰম ৰোডত ৫ ছেপ্টেম্বৰ নিশা দুজন অজ্ঞাত দুৰ্বৃত্তৰ আক্ৰমণত এজন স্থানীয় যুৱক গুৰুতৰভাৱে আহত হোৱাৰ ঘটনা প্ৰকাশ পাইছে। আহত যুৱকজনৰ নাম নিলুতপ…

অসমৰ মৰাণ সমাজে নতুন ৰাজনৈতিক মঞ্চ ‘জাতীয় গণ মঞ্চ’ উদ্বোধন কৰিলে, স্বায়ত্তশাসনৰ দাবী শক্তিশালী কৰাৰ লক্ষ্য।

অসমৰ মৰাণ সমাজে নতুন ৰাজনৈতিক মঞ্চ ‘জাতীয় গণ মঞ্চ’ উদ্বোধন কৰিলে, স্বায়ত্তশাসনৰ দাবী শক্তিশালী কৰাৰ লক্ষ্য। টিনিচুকীয়া: অসমৰ মৰাণ জনগোষ্ঠীয়ে সমাজক একত্ৰিত কৰি স্বায়ত্তশাসনৰ দাবী আগবঢ়াবলৈ নতুন ৰাজনৈতিক মঞ্চ ‘জাতীয় গণ মঞ্চ’ (National People’s Foru…

শিক্ষক দিৱসত দেশজুৰি শিক্ষকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ

শিক্ষক দিৱসত দেশজুৰি শিক্ষকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ । প্ৰতিবছৰে ৫ ছেপ্টেম্বৰ তাৰিখে ভাৰতত শিক্ষক দিৱস ৰূপে পালন কৰা হয়। এই দিনটো দেশজুৰি শিক্ষকসকলৰ নিৰলস পৰিশ্ৰম আৰু অনবৰত দিশ-নির্দেশক সন্মান জনোৱাৰ বাবে উৎসৰ্গিত। শিক্ষক দিৱসৰ দিনটো হৈছে শিক্ষ…

বকোত উত্তেজনা: বন বিভাগৰ ওপৰত অবৈধ কাঠ ব্যৱসায়ীসকলক সুৰক্ষা দিয়াৰ অভিযোগ

মিচিং লুতাড সংবাদ-- বকোত উত্তেজনা : বন বিভাগৰ ওপৰত অবৈধ কাঠ ব্যৱসায়ীসকলক সুৰক্ষা দিয়াৰ অভিযোগ বকো , ৩ ছেপ্টেম্বৰ   – বকোৰ কলিয়াবৰি গাঁৱত মঙলবাৰ নিশা এক উত্তেজনাপূৰ্ণ পৰিস্থিতি সৃষ্টি হয় । স্থানীয় ৰাইজে মূল্যবান সাগুন কাঠেৰে ভৰ্তি কৰা এখন  বাহন     আটক…

মাৰঘেৰিটাত দুজনকৈ কিশোৰী নিখোঁজ, স্থানীয় সমাজত তীব্ৰ উৎকণ্ঠা

মিচিং লুতাড সংবাদ-- মাৰঘেৰিটাত দুজনকৈ কিশোৰী নিখোঁজ, স্থানীয় সমাজত তীব্ৰ উৎকণ্ঠা মাৰঘেৰিটা অঞ্চলত দুজনকৈ কিশোৰী নিখোঁজ হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি গভীৰ উৎকণ্ঠা আৰু  চিন্তা সৃষ্টি কৰিছে। ছেপ্টেম্বৰ  ১ তাৰিখৰ পৰা লাজুমৰ ১ নম্বৰ গাঁৱৰ আইচা খাতুন …

📰 Mising Lutad সংবাদ , ছেপ্টেম্বৰ মাহত চৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ — ১০ দিনৰো অধিক ছুটি!

শ্ৰীশ্ৰীমাধৱদেৱৰ তিথি, জন্মাষ্টমী, দুৰ্গা পূজা,     ছেপ্টেম্বৰ মাহত চৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ — ১০ দিনৰো অধিক ছুটি! ধাৰ্মিক আৰু সাংস্কৃতিক উৎসৱৰ মাজত ছেপ্টেম্বৰ মাহত চৰকাৰী কৰ্মচাৰীয়ে উপভোগ কৰিব দীঘল বিশ্ৰাম। চৰকাৰী ছুটিৰ পঞ্জিকা অনুসৰি বিভিন্ন কা…

Load More
That is All