বান সাহাৰ্য্য বিতৰন
চৰাইদেউ জিলাৰ সাপেখাতী মহাবিদ্যালয়,সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ/ছাত্ৰী আৰু কবি সন্মিলন সাপেখাতী শাখাৰ উদ্যোগত ডিমৌ প্ৰেছ ক্লাৱৰ সহযোগত স্হানীয় গাঁৱ বুঢ়া শ্ৰীউমেশ মিলিৰ সাক্ষ্যাতত শিৱসাগৰ জিলাৰ ডিমৌৰ শামুকজান আৰু মিলনকুৰ গাৱৰ ৰাইজক এমুটী চাউল,দাইল,তেল,নিমখ,আলু,সৰু লৰাছোৱালীক বিস্কুত,কাপোৰ আদি বান সাহাৰ্য্য বিতৰন কৰে।বান পানীত কক বকাই থকা ৰাইজক চাবলৈ আহি কিছূ সহাৰী জনোৱাত স্হানীয় জাতীয় সংগঠনে উদ্যোগতা সকলক ভৱিয্যৎ লৈ উজ্জল কামনা কৰিছে।নৈপৰীয়াত থকা মিচিং সকলৰ প্ৰতিটো বছৰে প্ৰলয়ংকাৰী ভয়ংৰ বানপানীয়ে ঘৰ, খেতি ,গৰু ম'হ আৰু কোনাবা মানুহক উতূৱাই নিয়ে,এইটোৱে নেকি মিচিংৰ পৰিচয়?