দিচাংমুখৰ ভয়াবহ গৰাখহনীয়াৰ পৰিদৰ্শন।
সেই পৰিদৰ্শন কাৰ্যসুচীত অংশগ্ৰহণ কৰি সদৌটি প্ৰতিনিধিসকলক সহযোগিতা আগবঢ়াই শিৱসাগৰ জিলাৰ সন্মানীয় উপায়ুক্ত ডাঃ সুব্ৰমণি আয়াৰলক্ষ্মণ ডাঙৰীয়া আৰু জলসম্পদ বিভাগৰ শিৱসাগৰ জিলাৰ অভিযন্তা ও বিষয়া-কৰ্মচাৰী সকলে |
সেই পৰিদৰ্শন কাৰ্যসুচীতে মন্ত্ৰী ডাঙৰীয়াৰ ওচৰত অঞ্চলটিৰ সমস্যাসমূহৰ স্থায়ী সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণৰ হকে একোখনকৈ দাবীসম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে পৰিদৰ্শন কাৰ্যসুচীত সহায় সহযোগিতা আগবঢ়াই অফলা গাঁও উন্নয়ণ সমিতি আৰু TMPK, MMK আৰু TMMK দিচাংমুখ আঞ্চলিক সমিতিয়ে |
সেই পৰিদৰ্শনৰ সময়ছোৱাতে দিচাংমুখবাসী ৰাইজক মন্ত্ৰী মহন্ত ডাঙৰীয়া আৰু সাংসদ গগৈ ডাঙৰীয়াদেৱে বান গৰাখহনীয়া সমস্যা সমাধানৰ বাবে আগন্তক দিনত অতি সোনকালে বৈজ্ঞানিক পদ্ধতিত গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থাগ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে |