লখিমপুৰ জিলাৰ নকাৰীত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে
জানিব পৰা অনুসৰি ধন শইকীয়া নামৰ লোক এজনে আজি দিনৰ প্ৰায় ১০ বজাত তমতম চালক প্ৰহাৰ কৰিছিল বুলি সংবাদ মাধ্যমক জানিব দিয়ে।
লখিমপুৰ জিলাৰ মিলন নগৰৰ নিবাসী অতুল চেতিয়া আৰু বিনোমাই চেতিয়াৰ পুত্ৰ ভদ্ৰ চেতিয়াক আজি ধন শইকীয়া নামৰ লোক জনে প্ৰচণ্ড মাৰপিট কৰে
ভাড়া কৰি টমটম খনত হোটেলৰ সামগ্ৰী লৈ অহা সময়ত সামান্য কথাতে ধন শইকীয়া নামৰ ব্যক্তি জনে তমতম চালক ভদ্ৰ চেতিয়াক ভয়ংকৰ ভাৱে প্ৰহাৰ কৰি আঘাত প্ৰাপ্ত কৰে
তাৰ কিছু সময়ৰ পাছতে উত্তৰ লখিমপুৰ সদৰ থানাত এজাহাৰ দিয়ে টমটম চালকজনে ধন শইকীয়াৰ বিৰুদ্ধে।
গভীৰভাৱে আঘাতপ্ৰাপ্ত হোৱা টমটম চালক ভদ্ৰ চেতিয়াই উশাহ-নিশাহত কষ্ট পোৱাত উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালৈলৈ লৈ যোৱাৰ সময়তে বাটতে কৰুণভাৱে মৃত্যু হয় ।
ধন শইকীয়াক অতি শীঘ্ৰে কৰাত্ত কৰি সূচীত শাস্তি প্ৰধান কৰিবৰ বাবে দাবী জনাই পৰিয়ালৰ লোক।
পল্লব মিলি /লখিমপুৰ