ঢকুৱাখনাৰ মাতমৰা পঞ্চায়তত আধাৰ কেন্দ্ৰ স্থাপন আৰু প্ৰকৃত হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ অন্তৰ্ভুক্তিক লৈ মিচিং দলীয় সংগঠনৰ প্ৰতিবাদ।
অকমৰ্ণ্য পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱকুমাৰ দলে গৃহ সমষ্টিত পুনৰ প্ৰতিবাদ শ শ লোকৰ।
পৰ্যাপ্ত পৰিমাণৰ আধাৰকেন্দ্ৰ স্থাপনৰ দাবীত আৰু প্ৰকৃত হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ অন্তৰ্ভুক্তিক লৈ বিভিন্ন শ্লোগানৰে মিচিং দলীয় সংগঠনে আজি মাতমৰা পঞ্চায়তত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।
আধাৰকাৰ্ড নথকালোকৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ আবন্টিত দিবলৈ আধাৰকাৰ্ড বিচাৰি এই বাদ।
সেয়েহে পূব ঢকুৱাখনা আৰু মাতমৰা পঞ্চায়তত ৬ টাকৈ আধাৰকেন্দ্ৰ স্থাপন আৰু বাদ পৰা লোকৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নাম অন্তৰ্ভুক্ত কৰিবলৈ মাতমৰা পঞ্চায়তৰ সভাপতিৰ জৰিয়তে ঢকুৱাখনাৰ মহকুমাধিপতিলৈ এখনি স্মাৰক পত্ৰ প্ৰদান কৰে ঢকুৱাখনাৰ TMPK, MMK আৰু TMMK ৰ আঞ্চলিক সমিতিয়ে।
পুলিন পেগু,ঢকুৱাখনা