প্লাষ্টিক ৰ্পাক-পুঁজিপতিক বাগিছাৰ বাবে হেজাৰ হেজাৰ বিঘা ভূমি-কিন্তুু লাইকা দধিয়াবাসী ৰাইজক দিবলৈ মাটি নাই চৰকাৰৰ।বনঘৰচীয়া ঘোঁৰাৰ বাবে বিশ্ববিখ্যাত ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান প্ৰধান সমস্যাৰূপে চিহ্নিত-লাইকা দধিয়াৰ পুঃনৰ সংস্থাপনৰ প্ৰক্ৰিয়াক কোনো চৰকাৰেও গুৰুত্ব নিদি,ধবংসৰ উজান দিছে।
শাসকীয় নেতৃত্ত্বধীন মিএজোঁটৰ চৰকাৰখনেও-মিচিং জনজাতিক অধিক প্ৰতাৰণা কৰাৰ লগতে গাঁওবাসীৰ জীয়াই থকাৰ অধিকাৰ লৈ হেতালি খেলি আহিছে।চৰকাৰে লাইকা দধিয়াৰ পুঃনৰ সংস্থাপন দিয়াৰ ক্ষেএত বিৰ্ফল হৈছে নেকি? সেয়া ডাঙৰ প্ৰশ্ন-বাৰে বাৰে মিতিং কৰাৰ সত্ত্বেও কিয় সফল হ'ব পৰা নাই? কিবা ৰাজনৈতিক সৰযন্ত্ৰ নেকি? এতিয়া লাইকা দধিয়া ৰাইজ জাগি উঠিছে।এতিয়া আকৌ এটা সমস্যা-ৰাইজে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত টিৰৰ্পালেৰে জুপুৰী সাজি ঘৰ বনাই আছিল।ইয়াতো 'পৰেচ ডিপাৰমেণ্টৰ' বাধা আৰোপ। ইয়াৰ পৰা অতিশীঘ্ৰে উঠি যোৱা অন্যতা আমি ঘৰবোৰ উচ্ছেত কৰিবলৈ বাধ্য হম বুলি আগজাননী দিছে।সঁচাকৈ আজি লাইকা দধিয়া দুখীয়া ৰাইজে অসমৰ ভূমিপুএ খিলঞ্জীয়া হৈয়ো-নিৰাপৰ্তা,এডোখৰ ভুমি চৰকাৰে দিব নোৱাৰাতো।অৰ্ত্যন্তৰ দুৰ্ভাগ্যজনক বিষয়। এতিয়া লাইকাৰ মহিলা সমিতিয়ে জাগি উঠিছে-এমাহৰ ভিতৰত যদিহে চৰকাৰে পুঃনৰ সংস্থাপন নিদিয়ে-তেতিয়া অতিকৈ মৰমেৰে ৰখা 'ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন -ৰাইজে তহিলং কৰি পেলাব।আৰু সংস্থাপন নিদিয়ালৈকে ঘৰবাৰী উচ্ছেত কৰিব নোৱাৰিব-অন্যতা তেজৰ নদী বৈ যাব,আমিও প্ৰত্যুত্তৰ দিবলৈ চৰকাৰক সাজু আছো বুলি আমাৰ কেমেৰাৰ আগত ৰাইজে জানিব দিয়ে। ডিব্ৰু ছৈখোৱাৰ পৰা-এপিঅ টাইদৰ,ৰিৰ্পোট-মিচিং লুটাদ।