অসমীয়া নহয় হিন্দুহে মোৰ প্ৰথম চিনাকি বিতৰ্কিত সত্য ৰঞ্জন বৰাৰ মন্তব্য
মাজুলীত উপস্থিত হৈ খীৰ্ষ্ট্ৰান আগ্ৰাসনৰ বিৰুদ্ধে মাত মাতিলে মাজুলীত
বহু বিতৰ্কিত নেতা সত্য ৰঞ্জন বৰা আজি উপস্থিত হয় সত্ৰৰ নগৰী মাজুলীত
মাজুলীৰ নাম সোনোৱাল গাৱৰ নাত কীৰ্ত্তনত অংশগ্ৰহণ কৰে।
ইয়াৰ পাছত সাংবাদিকৰ লগত হোৱা সাক্ষাৎকাৰত সত্য ৰঞ্জন বৰাৰ মন্তব্য মই অসমীয়া নহয় হিন্দু মোৰ প্ৰথম চিনাকি এনেদৰে বহু বিতৰ্কত মন্তব্য কৰে সত্য ৰঞ্জন বৰাই।
মাজুলী পৰা লোকনাথ নৰহ ৰিপোৰ্ট