দীপেন বৰুৱাৰ এইখনি গাওঁ বুকুৰ আপোন’ গীতৰ তালে তালে লাডাখৰ সৌন্দৰ্য উপভোগ কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ।
LAHDC ৰ বাবে লাডাখৰ লেহত কৰা শেষ দিনটোৰ নিৰ্বাচনী প্ৰচাৰ। আমাৰ মৰমৰ শিল্পী দিপেনদাৰ ( দিপেন বৰুৱা) কণ্ঠৰ "এইখনি গাঁও.."-ৰ সুৰীয়া কণ্ঠই লাডাখৰ অনিৰ্বাচনীয় সোন্দৰ্য্যত একেকাৰ হৈ যোৱা এক স্বৰ্গীয় মূৰ্হুত!
কেন্দ্ৰীয় মন্ত্ৰী তথা অৰুণাচলৰ সাংসদ কিৰেন ৰিজিজুৰ আছে অসমৰ সৈতে সুকীয়া সম্পৰ্ক।
অসম তথা উত্তৰ পূৱৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভতো সচেতন কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীগৰাকী। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বুধবাৰে শ্বেয়াৰ কৰিছে আকৰ্ষণীয় ভিডিঅ’।
LAHDC ৰ বাবে লাডাখৰ লেহত কৰা শেষ দিনটোৰ নিৰ্বাচনী প্ৰচাৰ। আমাৰ মৰমৰ শিল্পী দিপেনদাৰ ( দিপেন বৰুৱা) কণ্ঠৰ "এইখনি গাঁও.."-ৰ সুৰীয়া কণ্ঠই লাডাখৰ অনিৰ্বাচনীয় সোন্দৰ্য্যত একেকাৰ হৈ যোৱা এক স্বৰ্গীয় মূৰ্হুত! https://t.co/2gqHc4LzDX
— Kiren Rijiju (@KirenRijiju) October 14, 2020
