BIG BREAKING NEWS-মিচিং লুটাদ Exclusive খবৰ আৰু ভিডিঅ দৰ্শকক দেখুৱাব বিচাৰিম।
বাঘজানৰ বিজিঅৰ-৫ নং তৈলখাদৰ জুইকুৰা আজিও নিৰ্বাপন কৰিব পৰা নাই। জুই জ্বলিয়েই আছে। ২৭ মে'ত গেছ বিষ্ফোৰণ হৈছিল। আজি তাৰিখলৈকে ১৬০ দিন হ'ল-(৫,মাহ ১০ দিন)।
জানিব পৰামতে- 'কানাডাৰ'পৰা অইল ইণ্ডিয়াৰ লিমিটেডৰ বাঘজানৰ জুই নিৰ্বাপনৰ বাবে আহি আছে,বিশ্বৰ সৰ্ববৃহত CARGO বিমান 'এণ্ট'নভ-124, স্নাবিঙৰ যন্ত্ৰাংশ লৈ আহিল বিমানখন।
14 দিনৰ ভিতৰত আহি পাব বুলি জানিব পৰা গৈছে।অৱশেষত বাঘজানৰ জুই নিৰ্বাপিত কৰিব পাৰিবনে নাই? লক্ষনীয় বিষয় হব।
-ডিব্ৰু ছৈখোৱাৰ পৰা-এপিঅ টাইদৰ,প্ৰতিবেদন-মিচিং লুটাদ
