লাইকা বনগাঁওৰ এটি হ্নদয় বিদাৰক কৰুণ কাহিনী-নাম,শ্ৰী ৰাজকুমাৰ চুংক্ৰাং পিতা-ঁ ৰমাকান্ত চুংক্ৰাং মাতৃ-শ্ৰীমতী অনিমা চুংক্ৰাংঙৰ পুএ-জন্মৰ পৰা এবছৰ বয়সলৈকে ঠিকেই আছিল।
তাৰ পাছৰে পৰা ভৰি থাকিও,নথকা অৱস্থা হ'ল।কাৰণ ঘৰৰ আৰ্থিক অৱস্থা একেবাৰে বেয়া এসাজ খায় এসাজ,নাখায়-লৰা জনক চিকিৎসা কৰিবলৈও টকা নাছিল,মা-দেউতাকৰ।
কিন্তুু এতিয়া লৰাজনে ডাঙৰ হোৱাৰ পাছৰে পৰা ঘৰৰ সকলো দায়িত্ব লব লগা হৈছে।
কাৰণ এতিয়া দেউতা নাই।ঘৰৰ বাৰীৰ কাম,লোকৰ ঘৰত দিন হাজিৰা কৰা,আৰু লোকৰ ম'হ কুটিত থাকি ঘৰখন চলাব লগা হৈছে।
মাহত ১০০০/১২০০ টকা দিয়ে বুলি আমাৰ কেমেৰাৰ আগত জানিব দিয়ে।
আপুনি আৰু মই সম্পুৰ্ণকে হাত ভৰি থাকিও এনেকুৱা কামবোৰ কৰিব নোৱাৰি।
আমি তেখেতক 'বিৰাংগনা' আখ্যা দিছো। জীৱনৰ যুদ্ধৰ এজন সাহসী যোদ্ধা ব্যক্তি-'বিৰাংগনা' 'এখন ভৰি একেবাৰে অক্ষম কিন্তুু,সাহস।
কিন্তুু বিশেষ ভাবে অক্ষম অৱস্থাতে,কেনেদৰে কাম বন কৰিব পাৰে।
এই যুৱকজনে এখন লাকুটিয়েই এক মাএ বৰষা। হাৰ নেমানে? জীৱন সংগ্ৰাম চলাইছে?
ডিব্ৰু ছৈখোৱাৰ পৰা-এপিঅ টাইদৰ,প্ৰতিবেদন-মিচিং লুটাদ।
