লাইকা দধিয়াৰ বিননি শুনিব কোনে- ৮ দিন উকলি গ'ল-জিলা প্ৰশাসন ফালৰ পৰা একো ব্যৱস্থা লোৱা নাই।
মিচিং আৰ্টিষ্ট অপেৰ সহযোগিতা লাইকা দধিয়া পুনৰসংস্থাপনক
মিচিং আষ্টিচ এচছিয়েশ্বন পৰা আহি লাইকা দধিয়া ৰাইজক কিছু দিহা পৰামৰ্শ দি খাদ্য সামগ্ৰীও অলপ যোগাৰ কৰি দিয়ে।