Share on Facebook

লখিমপুৰ জিলাৰ ভীমপৰা মাঠাউৰিত মুৰংঘৰ সন্মোচন ।

 লখিমপুৰ জিলাৰ ভীমপৰা  মাঠাউৰিত মুৰংঘৰ সন্মোচন ।




আজি মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ১৮ নং ভীমপৰা বগীনদী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ভীমপৰা মঠাউৰিত এটা নৱনিৰ্মিত মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত মোৰোংঘৰ উন্মোচন কৰা হয় ।


 কালচাৰেল এফেয়াৰ বিভাগৰ অধীনস্থ মিচিং  স্বায়ত্ব শাসিত পৰিষদৰ ২০১৯/২০ বিত্তীয় বৰ্ষৰ অন্তৰ্গত  ৫ লাখ টকা খৰচেৰে  নিৰ্মাণ কৰি উলিওৱা মোৰোং ঘৰটো ফিটা কাটি উন্মোচন কৰে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ১৮ নং ভীমপৰা বগীনদী পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য অনিল পায়েঙে । 


ইয়াৰ পিছতেই স্থানীয় মিচিং পুৰুষ মহিলাই মোৰোং ঘৰত নাচি বাগি আনন্দ প্ৰকাশ কৰে তথা সমজুৱাভাৱে খাদ্য গ্ৰহণ কৰে ৰাইজে ।


 এই মোৰোংঘৰ উন্মোচন অনুষ্ঠানত টি এম পি কেৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিপ্লৱ টাইডো থাকে ।


MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

إرسال تعليق

please do not enter the any spam link in to comment box

أحدث أقدم