Share on Facebook

BTCত কোনে গঠন কৰিব চৰকাৰ? পুৱা ৮ বজাৰ পৰা ভোটগণনা

 


হাগ্ৰামাৰ BPFৰ বাবে বেয়া খবৰ! পোষ্টেল বেলটৰ গণনাত আগবাঢ়িছে UPPL
কোনে গঠন কৰিব BTCৰ চৰকাৰ? চৰ্তুথবাৰৰ বাবে গঠন কৰিব পাৰিবনে হাগ্ৰামা মহিলাৰীয়ে BTCত চৰকাৰ? নে প্ৰমোদ বড়োৰ UPPL দলে দখল কৰিব BTCৰ শাসনৰ বাঘজৰী
চলি আছে বিটিচি নিৰ্বাচনৰ ভোটগণনা। পিছে পোষ্টেল ভোটগণনাত এতিয়া BPFত কৈ কিছু 

আগবাঢ়িছে প্ৰমোদ বড়োৰ UPPL। পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা। আজি নিৰ্ণয় হ’ব ২৪৪ 

গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য। খবৰ অনুসৰি ইতিমধ্যে সম্পন্ন হৈছে পোষ্টেল বেলেটৰ ভোটগণনা।


  • কোকৰাঝাৰৰ ২টা সমষ্টিত UPPLৰ অগ্ৰগতি।

  • বনৰগাঁও–‍বাওখুংগ্ৰীত UPPLৰ অগ্ৰগতি। বনৰগাঁৱৰ ৭৭টা ভোটত আগবাঢ়ি আছে UPPL।

  • ৭৭টা ভোট লাভ কৰিছে ৰবিৰাম ব্ৰহ্মই।

  • বাওখুংগ্ৰীত ৪৪টা ভোটত আগবাঢ়ি আছে UPPL। বনৰগাঁৱত BPF ৫৫টা ভোটত আগবাঢ়ি আছে।

  • BPF মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে ৩১খন আসন BPFএ পাব বুুুলি দাবী কৰিছে৷ UPPLৰ সভাপতি প্ৰমোদ

  •  বড়োয়ে ২৮খন আসন পাব বুলি দাবী কৰিছে৷ একেদৰে NEDAৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই BJP 

  • ১২ৰ পৰা ১৬খন আসন পাব বুলি দাবী কৰিছে৷ একেদৰে কংগ্ৰেছ আৰু AIUDFয়েও তেওঁলোকৰ 

  • অবিহনে কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে বুলি দাবী কৰিছে৷

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

إرسال تعليق

please do not enter the any spam link in to comment box

أحدث أقدم