লাইকা দধিয়াৰ সমস্যা অন্ত নাই। আৰু দুজন সংকট জনক অৱস্থা।
তিনিচুকীয়া অসামৰিক চিকিৎসালৈ প্ৰেৰণ মিগাং নিৰলাল চুংক্ৰাং,বয়স-৫৫ বছৰ লাইকা পমুৱা গাঁও।
আৰু মিমে-চুশিলা টায়োং,বয়স-45 বছৰ,দধিয়া চাৰিসূতী গাঁওৰ বুলি জানিব পৰা গৈছে।
'খিলঞ্জীয়া মৰিছে,চৰকাৰ হাঁহিছে?
Our website uses cookies to improve your experience. Learn more
حسنًا