Big breaking news-ডিব্ৰুগড় অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ জীৱন সংগ্ৰাম যুঁজি থকা গৰ্ভৱতী কুম্মিতা মৰাংৰ মৃত্যু-
চিকিৎসকৰ মতে ইতিমধ্যে মৃত্যু হৈছে,মহিলাগৰাকী, তাৰ আগতেই গৰ্ভত থকা শিশুটিৰ মৃত্যু হৈছিল। ৰাইজৰ অভিযোগ-তিনিচুকীয়া জিলা প্ৰশাসনৰ গাফিলতিত মানুহবোৰ মৃত্যু হ'ব লগা হৈছে।
আৰু যোৱা কালি প্ৰতিবাদস্থলীৰ পৰাই শ্ৰীমতী ইন্দ্ৰিৰা মিলি নামৰ মহিলাগৰাকী নাকৰ পৰা তেজ ওলায়,তিনিচুকীয়া অসামৰিক চিকিৎসালৈ প্ৰেৰণ কৰে।
এতিয়াও বহুতো মানুহে বেমাৰত ভুগি আছে বুলি ৰাইজে জানিব দিয়ে।