যোৰহাটৰ উপকণ্ঠৰ চাৰিঘৰীয়া মিছিং গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড।
অগ্নিকাণ্ডত জাহ গল বিপুল দলে নামৰ এজন লোকৰ বাস গৃহ আৰু দোকান ঘৰ।
অগ্নি নিৰ্বপক বাহিনী গৈ পোৱালৈ সকলো জ্বলি নি:শেষ হয়।
বৈদ্যুতিক চৰ্ত চাৰ্কিতৰ ফলত অগ্নিকাণ্ড হোৱা বুলি সন্দেহ কৰা হৈছে।
Our website uses cookies to improve your experience. Learn more
حسنًا