বঙাইগাঁও জিলাৰ বিদ্যাপুৰত চাঞ্চল্যকৰ ঘটনা
নিশা বিছনাৰ পৰাই পানী কেচুৱাক চুৰ কৰি নিলে কোনোবা দুৰ্বৃত্তই ।
ঘটনাটো সংঘটিত হৈছে বঙাইগাঁও জিলাৰ বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত নানকাৰগাঁৱত
নিশা মাতৃৰ বুকুত শুই থকা অৱস্থাৰ পৰাই অন্তৰ্ধান হল এটি পানিকেচুৱা
নানকাৰগাঁৱৰ বিনয় সুত্ৰধৰৰ ১৮দিনীয়া সন্তানক নিশা ১২মান বজাত কোনোবা দুৰ্বৃত্তৃই চোৰ কৰি লৈ যায় বিচনাৰ পৰাইউল্লেখ্য যে ঘৰৰ দৰ্জা বন্ধ থকাৰ পিছতো কোনে কেনেকৈ ঘৰৰ ভিতৰত সোমাই পানী কেচুৱা সন্তানটিক চুৰ কৰি লৈ গল সেয়া এক সাঁথৰ
ঘটনা সন্দৰ্ভত ইতিমধ্যে বিদ্যাপুৰ আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ।