জোনাই ফ্ৰানচিলিয়ান হাইস্কুলৰ শিক্ষক সত্যেন্দ্ৰ প্ৰসাদ সিংহ ( বেচৰকাৰী বিদ্যালয় ) দেওবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল শিক্ষকজন ৷
সোমবাৰে জোনাইৰ অসম - অৰুণাচল সীমান্তৰ ঐৰামঘাটতৰ চিয়াং নদীৰ গৰাৰ কাষত AR09 A 6202 নম্বৰৰ হন্দা মটৰচাইকেলখনৰ লগতে কাপোৰ ; নথিপত্ৰ আদি উদ্ধাৰ কৰে ৷
শিক্ষকজন নদীৰ বুকুত সন্ধানহীন হোৱাৰ সন্দেহত SDRF এ চিয়াং নদীত উদ্ধাৰ অভিযান চলাই যদিও কোনো শুংসূত্ৰ পোৱা নাই ৷
জোনাইৰ পৰা পলাশ মেদকৰ প্ৰতিবেদন. মিচিং লুতাদ
