Share on Facebook

মাই লাইফ' নামৰ ছুটিছবিখনত অভিনয় কৰি জোনাইৰ ৰাজীৱ বঢ়ি লৈ BEST SUPPORTING ACTOR হিচাপে সন্মানিত ।


 বিশিষ্ট অনাতাঁৰ শিল্পী গজেন পাংগিঙৰ পৰিচালনাৰে নিৰ্মাণ কৰা 'মাই লাইফ' নামৰ

 ছুটিছবিখনত অভিনয় কৰি জোনাইৰ সুযোগ্য সন্তান ৰাজীৱ বঢ়ি লৈ INDO-SINGAPUR

 INTERNATIONAL FILM FESTIVAL ত BEST SUPPORTING ACTOR হিচাপে সন্মানিত ।


বিশিষ্ট অনাতাঁৰ শিল্পী, ছুটি ছবিৰ নিৰ্দেশক তথা Dibrugarh নতুন নিৰ্মালি গাঁৱৰ কুঁহিয়াৰবাৰীৰ

 গজেন পাংগিঙৰ পৰিচালনাৰে নিৰ্মাণ কৰা 'মাই লাইফ' নামৰ ছুটি ছবিখনক International

 Film festival ত চাৰিখনকৈ সন্মান প্ৰদান কৰাৰ উপৰিও মাই লাইফত অভিনয় কৰা

 জোনাইৰ সুযোগ্য সন্তান ৰাজীৱ বঢ়িলৈ INDO-SINGAPUR FILM FESTIVAL ত BEST

 SUPPORTING ACTOR হিচাপে সন্মানিত কৰে ।



          উল্লেখযোগ্য যে জোনাই লাইমেকুৰীৰ তাক গিতুং গাঁৱৰ বাসিন্দা ৰাজীৱ বঢ়িয়ে গজেন

 পাংগিঙৰ প্ৰথমবাৰৰ বাবে অসমৰ থলোৱা জীৱন যাপনৰ ওপৰত ভিত্তি কৰি ইংৰাজী ভাষাত

 নিৰ্মিত চুটি ছবিত অভিনয় কৰি সুনাম কঢ়িয়াই অনাক লৈ জোনাই অঞ্চলৰ লগতে সমগ্ৰ

 অসমবাসীয়ে আনন্দ প্ৰকাশ কৰিছে ।


MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

إرسال تعليق

please do not enter the any spam link in to comment box

أحدث أقدم