Share on Facebook

India Book of Record আৰু National Book of Records ত নাম সন্নিৱিষ্ট ধেমাজিৰ এগৰাকী যুৱ সংবাদ কৰ্মীৰ।

 




India Book of Record আৰু National Book of Records ত নাম সন্নিৱিষ্ট ধেমাজিৰ এগৰাকী

 যুৱ সংবাদ কৰ্মীৰ। দাৰৱদ্ধ এগৰাকী সংবাদ কৰ্মৰ লগতে সমান্তৰালকৈ চলাই নিছে তেওঁ

 সমৰ কলা। সমৰ কলা প্ৰশিক্ষক হিচাপে ইতিমধ্যে প্ৰতিষ্ঠা হোৱাৰ পিছত জিলিকি উঠিছে

 সৰ্বভাৰতীয় পৰ্যায়ত যুৱ সংবাদ কৰ্মী গৰাকীয়ে।


তেওঁ হৈছে ধেমাজি জিলা বৰদলনি চৌখাম গাঁৱৰ নিবাসী ললিত শইকীয়া। এক মিনিটত ৯৮

 বাৰ side lunges প্ৰদৰ্শন কৰি খিতাপ অৰ্জন আৰু ৩০ চেকেণ্ড ত ৬৫ বাৰ Jump Push up

 প্ৰদৰ্শন কৰি খিতাপ অৰ্জন  কৰিবলৈ সক্ষম হৈছে তেওঁ। শইকীয়াই অষ্টম শ্ৰেণীৰ পৰাই

 সমকলা প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে আৰু বৰ্তমানে প্ৰশিক্ষক হিচাপে বিভিন্ন বিদ্যালয়ত

 সমকলা শিক্ষা প্ৰদান কৰি আহিছে।  বিশেষকৈ শইকীয়াই সমৰ কলা হিচাপে- কাৰাটে, Tai

 kwon do, মুৱাই থাই আৰ্ট গ্ৰহণ কৰি আহিছে।  সমৰ কলা খেলৰ জৰিয়তে জিলা, ৰাজ্যিক,

 নৰ্থ ইষ্ট তথা ৰাষ্ট্ৰীয় বঁটা পৰ্যায়ৰ খিতাপো অৰ্জন কৰিবলৈ সক্ষম হয়। লকডাউনৰ

 সময়চোৱাত india Book of Record আৰু National Book of Recordsত নাম সংযোগ কৰিবলৈ

 সক্ষম হৈছে যুৱ সংবাদ কৰ্মী ললিত শ‌ইকীয়াই।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

إرسال تعليق

please do not enter the any spam link in to comment box

أحدث أقدم