বিশ্ব বিদ্যায়ললৈ উন্নীত হব লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত) ।
বিদ্ব্যৎ সমাজৰ আদৰণি। উৎসাহৰ ঢল বৈছে লখিমপুৰত।
১৯৫২ চনতে স্থাপিত তথা ২০১৩ চনত স্বায়ত্তশাসিত মহাবিদ্যালয় ৰূপে মৰ্যাদা লাভ কৰা নৰ্থ লখিমপুৰ
কলেজ ৰাজ্যৰ আন চাৰিখন কলেজৰ সৈতে বিশ্ব বিদ্যালয় পৰ্যায়লৈ উন্নীত কৰাৰ ৰাজ্য চৰকাৰৰ
পদক্ষেপ ক আদৰণি।
এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী আৰু স্থানীয় বিধায়ক মানৱ ডেকাক ধন্যবাদ জ্ঞাপন নৰ্থ লখিমপুৰ কলেজৰ
অধ্যক্ষ ডঃ বিমান চেতিয়াই ।
Tags:
Education