লখিমপুৰ সাংবাদিক , প্ৰাগ নিউজৰ ব্যুৰ'চিফ কুশল শইকীয়ালৈ গ্ৰাম্য সাংবাদিকতাৰ বঁটা প্ৰদান জাফাই।
#জাফাৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হোৱা এই অনুষ্ঠাতে অসম ভিন্ন প্ৰান্তৰ সাংবাদিকক বঁটা প্ৰদান কৰাৰ লগতে লখিমপুৰ PRAG নিউজৰ সাংবাদিক কুশল শইকীয়ালৈ গ্ৰাম্য সাংবাদিকত বঁটা প্ৰদান কৰে ।
Journalism association for assam চমুকৈ জাফাৰ দ্বাৰা আয়োজন কৰা JAFA ACHIVER AWARD ২০২১ বহু কেইবা গৰাকীও সাংবাদিকক বিভিন্ন শিতানত বঁটা প্ৰদান কৰে।
বিশিষ্ট সাংবাদিক নয়ন প্ৰতিম কুমাৰ, চায়ামনি ভূঞা ওপৰিও বহু কেইবাগৰাকীক এই বঁটা প্ৰদান কৰে।
এই অনুষ্ঠানতে গ্ৰাম্য সাংবাদিকতাৰ সন্মান লাভ কৰে লখিমপুৰৰ বিশিষ্ট লখিমপুৰৰ ব্যুৰ'চিফ সাংবাদিক কুশল শইকীয়াই।
এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন মন্তি ৰঞ্জিত দাস, বিধান সভাৰ উপাধ্যক্ষ নোমল মমিন।
Tags:
Award