Share on Facebook

লখিমপুৰৰ অন্যতম এটি স্বেচ্ছাসেৱী অনুষ্ঠান " সেউজীয়া লখিমপুৰ আমাৰ সপোন "

 লখিমপুৰৰ অন্যতম এটি  স্বেচ্ছাসেৱী অনুষ্ঠান "সেউজীয়া লখিমপুৰ আমাৰ সপোন" 



লখিমপুৰৰ অন্যতম এটি  স্বেচ্ছাসেৱী অনুষ্ঠান  " সেউজীয়া লখিমপুৰ আমাৰ সপোন " - এ আজি লখিমপুৰ চহৰৰ শনি মন্দিৰৰ সমুখত নিপীড়িত  দাৰিদ্ৰ লোকসকলৰ মাজত কিছু খাদ্য বিতৰণ কৰে ।
 বহু দিনৰ পৰাই উক্ত স্বেচ্ছাসেৱী অনুষ্ঠানটিয়ে বহু সামাজিক কামকাজৰ লগত জড়িত হৈ আছে ।

 গছপুলি ৰোপন , বিভিন্ন দলং , দেৱালসমূহত সুন্দৰ ছবি অংকন কৰি ৰাইজৰ মাজত সমাদৰ লাভ কৰি আহিছে । ক'ৰণা কালত নিপীড়িত ব্যক্তিৰ লগতে পথচাৰী কুকুৰক  খাদ্য প্ৰদান কৰি আহিছে ।

 আজি এই অনুষ্ঠানত ৰাজা গগৈ , গুঞ্জন প্ৰতিম দত্ত , প্ৰশান্ত গগৈ , ৰাজু হুছেইন , অক্ষয় গগৈ আদি উপস্থিত থাকি নিপীড়িত দৰিদ্ৰলোকৰ মাজত খাদ্য বিতৰণ কৰে ।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

إرسال تعليق

please do not enter the any spam link in to comment box

أحدث أقدم