Share on Facebook

নব্বৈ বছৰ গঢ়কা ইকুৰ মেদক চশমা বিনে এতিয়াও ফুলবাছি তাঁতশালত ব্যস্ত

 গোগামুখ মইনাপৰা মিচিং আদৰ্শ গাঁৱৰ নব্বৈ বছৰ গঢ়কা ইকুৰ মেদকে তাঁতশালত এতিয়াও ফুলবাছি    বাস্তৱ জীৱনৰ লগত বিলীন হৈছে তেখেতৰ কৰ্মজীৱন।



বৰ্তমান সময়ত তাঁতশাল কি নৱপ্ৰজন্ম সকলৰ কিমান জ্ঞাত কিমান তাঁতশালৰ প্ৰতি সচেতন তাকে কয় গৈছে ভাৰত স্বাধীন নোহোৱা আগে গাভৰু হোৱা ইকুৰ মেদকে।মচাং এগে,তাপুম গাছৰ,গেৰ  বয় উলিয়াই বিক্ৰী কৰি পোৱা টকাৰে নাতি -নাতিনীহতৰ স্কুলৰ মাচুল,কিতাপ পত্ৰ ,বহী কলমৰ খৰছ যোগান দিয়াৰ কথায়ো আমাক জনাইছে।নব্বৈ বছৰ গঢ়কা ইকুৰ মেদকৰ প্ৰথম পুত্ৰ উচ্চপদস্থ চৰকাৰী অভিযন্তা আৰু দ্বিতীয় পুত্ৰ ব্যৱসায়ীৰ লগত জড়িত।ইকুৰ মেদক আইতা এতিয়া সকলোৰে আদৰ্শ স্বৰূপ হৈ পৰিছে।সৰু কালৰে পৰা চেণ্ডেল পিন্ধিব নজনা আৰু এতিয়াও নব্বৈ বয়সতো চশমা নিপিন্ধাকৈ প্ৰতিদিনে তাঁতৰ শালত বহি বয় উলিয়াই গৈছে নানাৰঙী মিচিঙৰ মেখেলা চাদৰ।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

إرسال تعليق

please do not enter the any spam link in to comment box

أحدث أقدم