উজনি অসমৰ মাজুলীত ৰাজ্য চৰকাৰে স্থাপন কৰিব আউনীআটি বিশ্ববিদ্যালয় : অহা বিধানসভাত বাতিল হব পুৰণি ৪৮খন আইন।
বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ ৰাজ্য চৰকাৰে নামনি অসম তথা বিটিএডি ৰ ৰাজধানী কোকৰাঝাৰ জিলাৰ সচিবালয় সভাকক্ষত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকে অহা ১২ ছেপ্টেম্বৰত অসম বিধানসভা অধিবেশনত পূৰ্বৰ সাংবিধানিক ৪৮খন পুৰণি আইন বাতিল কৰিব। আৰু উক্ত অধিবেশনতে মাজুলী জিলাত এক আউনীআটি বিশ্ববিদ্যালয় স্থাপন প্ৰস্তাৱ গ্ৰহণ কৰিব।মূলতঃ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে যে উক্ত পুৰণি ৪৮ খন আইন সাম্প্ৰতিক পৰিস্থিতিত কোনো প্ৰাসংগিকতা নাই সেইয়ে বাতিল কৰিব।
Tags:
Assam news
