Share on Facebook

মিচিং জনগোষ্ঠীৰ ৫৫ হাজাৰ খেলুৱৈ প্ৰতিযোগী মাজৰ পৰা নিৰ্বাচিত তিনি হাজাৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা দৃশ্য পৰিলক্ষিত হৈছে।

 মিচিং জনগোষ্ঠীৰ ৫৫ হাজাৰ খেলুৱৈ প্ৰতিযোগী মাজৰ পৰা নিৰ্বাচিত তিনি হাজাৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা দৃশ্য পৰিলক্ষিত হৈছে।


গোগামুখত তৃতীয় সংখ্যক মিচিং স্পৰ্টচ কাৰনিভেল।

মিচিং জনগোষ্ঠীৰ ৫৫ হাজাৰ খেলুৱৈ প্ৰতিযোগী সকলৰ  মাজৰ পৰা নিৰ্বাচিত তিনি হাজাৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে মিচিং স্পৰ্টচ কাৰ্নিভেলত।



তৃতীয় সংখ্যক মিচিং স্পৰ্টছ কাৰনিভেল-২০২৫ লৈ গোগামুখত উখল মাখল পৰিবেশ।


মিচিং জনগোষ্ঠীৰ একমাত্ৰ ছাত্র সংগঠন টিএমপিকেৰ উদ্যোগত তৃতীয়বাৰৰ বাবে গোগামুখত  তৃতীয় সংখ্যক মিচিং স্পৰ্টচ কাৰনিভেল অহা ২৩ অক্টোবৰৰ পৰা ২৬ অক্টোবৰ,২০২৫ লৈকে  চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব মিচিং স্পৰ্টচ কাৰনিভেল।।তাকে লৈ এতিয়া চলিছে ব্যাপক প্ৰস্তুতি।দিন ৰাতি একাকাৰ কৰি এতিয়া চলিছে যুদ্ধকালীন প্ৰস্তুতি।  


إرسال تعليق

please do not enter the any spam link in to comment box

أحدث أقدم