সৰ্বভাৰতীয় ফেশ্যন শ্ব প্ৰতিযোগিতাত 4জনী ছোৱালী লখিমপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে।
সৰ্বভাৰতীয় অনলাইন ফেশ্যন শ্ব মুম্বাই অনুষ্ঠিত হোৱা এই অনুষ্ঠানত প্ৰতিযোগী কৰিছিল লক্ষীমপুৰৰ 4জনী কণমানি ।
সৰ্বভাৰতীয় ভিতৰত অসমৰ লগতে লখিমপুৰলৈ গৌৰৱ কঢ়িয়াই আনিলে ।
প্ৰথম স্থান পাইছে
1কাংকান দলে
2,পুষ্পান পায়েং
3.কৃষ্টিনা বৰঠাকুৰ
4.অলিমপ্ৰিয়া দাস।
পল্লব মিলি/লখিমপুৰ।