পৰিৰ্বতনৰ ৰঙীন সপোন দেখুৱাই ক্ষমতালৈ অহা চৰকাৰখনৰ প্ৰতিশ্ৰুতি যেন অসাৰ হৈছে-মুখ্যমন্ত্ৰী গৃহ সমণ্টি-লাইকা ফাঁছিদিয়া বনগাঁৱত- নাঁও দুৰ্ঘটনা। মিছিং লুতাদ কেমেৰাত Exclusive ভিডিঅ বন্দী হ'ল।
ব্ৰক্ষ্মপুএ প্ৰলয়ংকৰী বানে লাইকা দুখনকৈ গাঁও ক্ৰমে ৰিগ্বি আৰু ফাঁছিদিয়া নিঃচিহ্ন কৰি পেলোৱাৰ পাছত ঘৰ-ভেটি হেৰুওৱা-410 টা পৰিয়ালে।ডিব্ৰু ছৈখোৱা ৰাণ্ট্ৰীয় উদ্যানৰ-বোকাজান নামৰ ঠাইত আশ্ৰয় লৈছেহি।সেই ঠাইত এখন নদী আছে -বোকাজান নদী, নদীখনৰ বহল-1.5 মিটাৰ আৰু নদীৰ 'দ'-30 ৰ্ফুট।নদীৰ সিপাৰে লাইকা ৰিগ্বি গাঁও-সদায়ে এই নদীত গাঁৱৰ মানুহবোৰ যাতায়ত টুলুঙা নাঁওৰে অহা যোৱা কৰিব লগীয়া হয়।জানিব পৰামতে-এই নদীত আগতেও-5 জন মানুহ মৃত্যু হ'ল বুলি জানিব পৰা গৈছে। ল'ৰাজনৰ নাম শ্ৰী দেব ঙাতে বয়স-18 বছৰ। ল'ৰাজনে টুলুঙা নাঁওৰে নদীখন পাৰ কৰিছিল।হতাৎ নদীৰ সুতে বৈ যোৱাত নাঁওখন দুবি যায়।ল'ৰাজন সাঁতুৰিব নাজানে-পানীয়ে উটুৱাই নিয়া ল'ৰাজনক ৰাইজে উদ্ধাৰ কৰে। ৰাইজৰ অভিযোগ পঞ্চায়ত তথা এৰ্মেছি পালৰ পৰা দলং এখন বনাই দিব পাৰে,নহলেও ডাঙৰ নাঁও এখন ব্যৱস্থা কৰিব পাৰে বুলি ৰাইজে কোব জাৰি কৰিছে।কিন্তুু ৰ্নিবাচনৰ সময়তে ৰাইজক প্ৰতিশ্ৰুতি দিয়ে।ৰ্নিবাচন শেষ প্ৰতিশ্ৰুতি-প্ৰতিশ্ৰুতিয়েই হৈ ৰ'ল-ফ'লাফল নহল বুলি ৰাইজে জানিব দিয়ে।ডিব্ৰু ছৈখোৱাৰ পৰা-এপিঅ টাইদৰ ৰিৰ্পোট-মিছিং লুতাদ।