মিচিং বোল ছবি "NGO NOKONGKE' শুভ মূহুৰৎ।।
ৰাজ্যত অসমীয়া বোল ছবিৰ পূনৰুণ্থান হোৱাৰ মাজতে ঠিক ইয়াৰ সমান্তৰালভাৱে মিচিং বোল ছবি সমূহতো পিছ পৰি ৰোৱা নাই। " NGO NOGONGKE' বোল ছবি খন অনাতাঁৰ শিল্পী পুলিন পাতিৰ দেৱে ফিটা কটা কাৰ্য সূচী আৰম্ভ কৰে। এই বোল ছবি খন সম্পূৰ্ণ এক কাল্পনিক কাহিনী সন্নিবিষ্ট। য'ত পূৰ্ব জন্মৰ এক কাহিনী ফুটাই তোলা হৈছে, অতিকে পিছ পৰা গ্ৰাম্যঞ্চলত অভাৱ অভিযোগ তথা সংস্কাৰ, হাঁহি,কান্দোন, ৰোমাঞ্চ, Action ৰে ভৰ পূৰ " ।
Mising Artist Association ঢকুৱাখনা জিলা সমিতিৰ বেনাৰত,FT প্ৰডাকচনৰ নিবেদন মিচিং বোল ছবি " NGO NOKGONGKÉ"
পৰিচালনাঃ ফিৰোজ পেগু
কাহিনীঃ টিংকু আতৌৰ ক'
চিত্র নাট্য, সংলাপঃ ডেনী দলে
অভিনয়ত আছেঃ ফিৰোজ, দীপ্তি প্ৰিয়া,টিংকু আতৗৰ ক,বেলিস্না পেগু, পুনচাং দলে, মৃণাল মৰাং, ফিজু লাগাছু, ভাইটি গাম, বিজেন্দ্ৰ দলে,ভৰত দলে,কিৰণ পেগু আদি বহুতো ন-পুৰণি শিল্পী l
" NGO NOKGONGKE' " অপোনালোকৰ মাজলৈ শাৰদীয় দূর্গা পূজাত মুক্তি দিয়াৰ কথা জনাইছে