ব্ৰহ্মপুত্ৰব’ৰ্ডৰ অধ্যক্ষৰ প্ৰতিমুৰ্তি দাহ মধ্য মাজুলী কমলাবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ৷
মাজুলীক সুৰক্ষা দিয়াত চৰম বিফল ব্ৰহ্মপুত্ৰ ব’ৰ্ড আৰু টি. কে নামৰ প্ৰতিস্থানটো৷
শীঘ্ৰে বান গৰাখহনীয়া সমস্যা সমাধান কৰিবলৈ চৰকাৰক দাবী জনাই ছাত্ৰ সন্থাই৷
ব্ৰহ্মপুত্ৰই যিদৰে গৰাখহনীয়া আৰম্ভ কৰিছে অতি কম দিনৰ ভিতৰত মাজুলী নীশেষ হৈ যাব বহোতো গাওঁ।
যদিহে সোনকালে গৰাখহনীয়া প্ৰতিৰোধ নকৰে অনাগত দিনত ইয়াতকৈ ভয়াৱহ প্ৰতিবাদ হব বুলি ক্ষোপ প্ৰকাশ কৰে ছাত্ৰ সন্থাই।
মাজুলী পৰা লোকনাথ নৰহ ৰিপোৰ্ট
