মাজুলী জিলা প্ৰশাসন ৰ উদ্যোগত আৰু জিলা তথ্য, জনসংযোগ বিভাগ, আপকু মাজুলী জিলা সমিতি, মাজুলী জিলা সাংবাদিক সন্থাৰ সহযোগত আজি মাজুলীত "ৰাষ্ট্ৰীয় প্ৰেছ দিৱস" আয়োজন কৰা হয় ।
নিজৰ স্বাস্থ্যৰ কাৰণে চিন্তা নকৰি কভিড 19 ৰ সময়ত ৰাইজৰ মাজত সজাগতা ৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ কাৰণে সংবাদকর্মী সকলক মাজুলী জিলা উপায়ুক্তয়ে সম্বৰ্ধনা জনায় ।
মাজুলী পৰা লোকনাথ নৰহ প্ৰতিবেদন Mising Lutad

